জীৱনটো জীয়াই থাকিবলৈ শিকা...

•জীৱনটোৰ জীয়াই থকাৰ আৰত কি?
-নিশ্চয়কৈ নিজৰ জীৱনটোৱে যি কৰিবলৈ ভাল পাই সেইবোৰ কাম কৰা|

গতিকে প্ৰথমে নিজক ভাল পাবলৈ শিকাটোহে আচল কথা... গতিকে দেৰি নকৰিবা, নিজৰ যি মন যায় তাকেই কৰা..

•তোমাৰ কেৰিয়াৰত পৰিয়ালৰ বাধা আছে নেকি?
-তুমি তোমাৰ পৰিয়ালক বুজাবলৈ চেষ্টা কৰা, তোমাৰ আপোনজনক বুজাবলৈ চেষ্টা কৰা... তেওঁলোকে নিশ্চয় বুজিব, নুবুজাৰ কোনো কথাই নাই... তেওঁলোকৰ প্ৰতি যে তোমাৰ গুৰুত্ব কেতিয়াও নকমে, তেওঁলোকৰ প্ৰতি যে তোমাৰ ভালপোৱা কেতিয়াও নকমে তাকেই কোৱা...
নিশ্চয় বুজিব...

Popular posts from this blog

সেই সপোনবোৰ (Those Dreams)