Posts

Showing posts from March, 2019

সেই সপোনবোৰ (Those Dreams)

মোৰ সেই সপোনবোৰ পূর্ণ হ'ব নে যিবোৰ ভাৱি জীয়াই থাকিবলৈ ভাল লাগে! মোৰ সেই সপোনবোৰ পূৰ্ণ হ'ব নে যাৰ বাবে অলেখ তৰাৰ মাজত ঘৰ সজাৰ প্ৰয়াস কৰো! মোৰ সেই সপোনবোৰ পূৰ্ণ হ'ব নে যিবোৰৰ কথা ...

Ideas and Fortunes

Ideas are the starting and turning points of all fortunes.

Thoughts and Desire

“Thoughts are things,” I really agree. When they are mixed with definiteness of purpose, persistence and a burning desire for their translation into riches, or other material objects.

চনুৰ জন্মদিন - শুকান স্মৃতি (Sonu's Birthday - Dry Memory)

এৰি থাকিব নোৱাৰিছিলো তাক, সিয়ো মোক এৰি থাকিব নোৱাৰিছিল| সদায় একেলগে আছিলো| তেনেতে এক সময় আহিল সি কলেজলৈ যাব লগা হ'ল আৰু তাৰ পিছত মইয়ো মোৰ মামাৰ ঘৰলৈ(অধ্যয়নাৰ্থে)| তেনেতে হঠাৎ তাৰ ছাত্ৰজীৱনৰ সামৰণি মাৰিব লগা হ'ল আৰু মই তেতিয়াওঁ মোৰ মামাৰ ঘৰত(যদিওঁ বঙালধৰাত)| সি লিডুলৈ ঢাপলি মেলিলে, মই তেতিয়া মেট্ৰিক দিবলৈ সাজু আৰু মই মেট্ৰিক দিয়ালৈ সি হাজিৰ| মোৰ পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰলৈ আমাৰ গেংটোৰ প্ৰায়কেইজনেই মোৰ পৰীক্ষাত উৎসাহ যোগাবলৈ আহিছিল আৰু লগত আহিছিল সি| মোৰ পৰীক্ষাৰ ৰিজাল্ট আহিছিল আৰু সিওঁ তেতিয়ালৈ সিদ্ধান্তটো লৈ পেলাইছিল| তেতিয়ালৈ আমি পাৰ্টী কৰাৰ সীমাদাল চেৰাই দিছিলো| মোৰ মেট্ৰিকৰ ৰিজাল্ট আহিল, লগতে আহিল আকৌ সেই পাৰ্টী| দিবলগীয়া বস্তু, গতিকে দি দিলো| সেই সিদ্ধান্তটো, যিটো ওপৰত ইতিমধ্যেই উল্লেখ কৰিছো সিহতে লৈ পেলাইছিল সেই সিদ্ধান্তটোক ফলৱৰ্তী কৰাৰ বাবে নিৰ্ধাৰিত সেই দিনটো ওচৰ চাপিছিল আৰু কপিছিল মোৰ বুকু| মই মাথো সেইদিনকেইটাত মোৰ গোমা মুখখন লৈ ফুৰিছিলো| অৱশেষত গেঙৰ লগত সি গুচি গ'ল নিৰ্দিষ্ট দিনা, নিৰ্দিষ্ট ঠাইলৈ| আৰু মোৰো সময় আহিল ময়ো উপায়বিহীনভাৱে, বুকুৰ শুকান দূখবোৰ লৈ...